All versions of আল-কোৰআন অসমীয়া

com.app.islamic.quran.as · 1 version

Versions, newest first

v2.2 (13) LATEST
Uploaded Jul 29, 2026 4.1 MB Android 4.4+ TRUSTED
MD5 263aee24861a8c032eb75aee93ff276d
Download আল-কোৰআন অসমীয়া v2.2
What's new (as uploaded)
এপ্পটোত বৰ্তমান নিম্নলিখিত ফিচাৰসমূহ সংযুক্ত কৰা হৈছে। * আল-কোৰআনুল কাৰীমৰ আৰবী আয়াত আৰু অসমীয়া অনুবাদ দিয়া হৈছে। * কপি, শ্বেয়াৰ আৰু পছন্দনীয় তালিকা প্ৰস্তুত কৰাৰ বটন সংযুক্ত কৰা হৈছে। * আৰবী আৰু অসমীয়াৰ বেলেগ বেলেগ ফন্ট সংযুক্ত কৰা হৈছে। * ফন্ট ছাইজ কম বেছি কৰাৰ সুবিধা দিয়া হৈছে। * নাইট মোড, তিলাৱাত মোড, তাফছীৰ মোড অপচন দিয়া হৈছে। * অকল অসমীয়া অনুবাদ পঢ়াৰ সুবিধা সন্নিবিষ্ট কৰা হৈছে। * আমাৰ অনলাইন ৱেবছাইটবোৰৰ লিংক দিয়া হৈছে, যিবোৰত ক্লিক কৰি সবিশেষ পঢ়িব পাৰিব।